🎵
[00:30.99]আগলি বতাহে সৰালে চুপহি
[00:37.80]কাজলী জপা দুচকুৰ পতাত
[00:44.81]ধেমালি-ছলেৰে ক'ৰেনো টিপচী
[00:51.32]নিচুকনি গীত জুৰি যায়!
[00:58.22]শয়নত দুটি নয়ন মধুৰ
[01:01.90]দুগালতে আঁউজিলেহি ৰ'দ
[01:05.39]ভাগেনে চিকুণে, সোণ, টোপনি তোমাৰ?
[01:12.26]মায়াময় উশাহৰ উমে আনে
[01:15.56]যাযাবৰী মোৰেনো হেঁপাহক
[01:19.24]বুটলি-সামৰি তোমাৰেনো কাষৰলে'
[01:25.11]ওভতাই আনিলা
[01:28.57]জীয়াই তুলিলা
[01:32.01]মোক জীয়াই তুলিলা
[01:35.22]মোক জীয়াই তুলিলা
[01:38.84]এই ৰিক্ত বুকুতে
[01:42.24]বাসনা ঢালিলা
[01:45.81]মোৰ তেজে-তেজে, সিৰে-সিৰে
[01:49.55]বোৱালা প্ৰেমৰ অলকানন্দা
[01:55.58]সা নি সা নি সা
[01:57.35]🎵
[02:03.23]বোৱালা প্ৰেমৰ অলকানন্দা
[02:09.26]সা নি সা নি সা
[02:11.04]🎵
[02:17.05]বোৱালা প্ৰেমৰ অলকানন্দা
[02:20.09]🎵
[02:48.09]কুঁৱলী-ফাঁকেৰে স্মৃতিৰ এখিলা পাত
[02:55.02]পৰেনে মনতে তোমাৰ, অ'?
[03:01.76]হেঁচুকি দুহাতেৰে লিখিছিলা তাত
[03:08.77]ঠিকনা সুৰ-কবিতাৰ
[03:15.45]উন্মুক্ত নদীৰ সোঁতে-ছন্দে
[03:18.96]নচুৱায় প্ৰাণ ৰন্ধ্ৰে-ৰন্ধ্ৰে
[03:22.30]দেখি মন-ময়ূৰীয়েও পাখি মেলি যায়
[03:29.17]এটি চাৱনিতে ৰাতি হ'ল চঞ্চল
[03:32.73]বন্ধ কোঠালিত যেন এটি দাৱানল
[03:36.30]উমি উমি জ্বলিছে পুৰণি ইতিহাস
[03:42.27]ওভতাই আনিলা
[03:45.55]জীয়াই তুলিলা
[03:48.82]মোক জীয়াই তুলিলা
[03:52.30]মোক জীয়াই তুলিলা
[03:55.85]এই ৰিক্ত বুকুতে
[03:59.01]বাসনা ঢালিলা
[04:02.67]মোৰ তেজে-তেজে, সিৰে-সিৰে
[04:06.61]বোৱালা প্ৰেমৰ অলকানন্দা
[04:12.66]সা নি সা নি সা
[04:14.47]🎵
[04:20.38]বোৱালা প্ৰেমৰ অলকানন্দা
[04:26.40]সা নি সা নি সা
[04:28.04]🎵
[04:34.07]বোৱালা প্ৰেমৰ অলকানন্দা
[04:37.70]🎵