🎵

Alakananda

Album: Alakananda Durasi: 4:41
[00:30.90]আগলি বতাহে সৰালে চুপহি
[00:37.76]কাজলী জপা দুচকুৰ পতাত
[00:44.81]ধেমালি-ছলেৰে ক'ৰেনো টিপচী
[00:51.37]নিচুকনি গীত জুৰি যায়!
[00:58.23]শয়নত দুটি নয়ন মধুৰ
[01:01.98]দুগালতে আঁউজিলেহি ৰ'দ
[01:05.31]ভাগেনে চিকুণে, সোণ, টোপনি তোমাৰ?
[01:12.24]মায়াময় উশাহৰ উমে আনে
[01:15.52]যাযাবৰী মোৰেনো হেঁপাহক
[01:19.21]বুটলি-সামৰি তোমাৰেনো কাষৰলে'
[01:25.16]ওভতাই আনিলা
[01:28.56]জীয়াই তুলিলা
[01:32.05]মোক জীয়াই তুলিলা
[01:35.21]মোক জীয়াই তুলিলা
[01:38.87]এই ৰিক্ত বুকুতে
[01:42.22]বাসনা ঢালিলা
[01:45.89]মোৰ তেজে-তেজে, সিৰে-সিৰে
[01:49.53]বোৱালা প্ৰেমৰ অলকানন্দা
[01:55.52]সা নি সা নি সা
[01:58.68]🎵
[02:03.27]বোৱালা প্ৰেমৰ অলকানন্দা
[02:09.29]সা নি সা নি সা
[02:12.41]🎵
[02:17.00]বোৱালা প্ৰেমৰ অলকানন্দা
[02:26.94]🎵
[02:48.01]কুঁৱলী-ফাঁকেৰে স্মৃতিৰ এখিলা পাত
[02:55.02]পৰেনে মনতে তোমাৰ, অ'?
[03:01.72]হেঁচুকি দুহাতেৰে লিখিছিলা তাত
[03:08.70]ঠিকনা সুৰ-কবিতাৰ
[03:15.49]উন্মুক্ত নদীৰ সোঁতে-ছন্দে
[03:18.96]নচুৱায় প্ৰাণ ৰন্ধ্ৰে-ৰন্ধ্ৰে
[03:22.36]দেখি মন-ময়ূৰীয়েও পাখি মেলি যায়
[03:29.14]এটি চাৱনিতে ৰাতি হ'ল চঞ্চল
[03:32.71]বন্ধ কোঠালিত যেন এটি দাৱানল
[03:36.37]উমি উমি জ্বলিছে পুৰণি ইতিহাস
[03:42.21]ওভতাই আনিলা
[03:45.52]জীয়াই তুলিলা
[03:48.84]মোক জীয়াই তুলিলা
[03:52.34]মোক জীয়াই তুলিলা
[03:55.81]এই ৰিক্ত বুকুতে
[03:59.05]বাসনা ঢালিলা
[04:02.68]মোৰ তেজে-তেজে, সিৰে-সিৰে
[04:06.63]বোৱালা প্ৰেমৰ অলকানন্দা
[04:12.66]সা নি সা নি সা
[04:15.78]🎵
[04:20.35]বোৱালা প্ৰেমৰ অলকানন্দা
[04:26.39]সা নি সা নি সা
[04:29.64]🎵
[04:34.02]বোৱালা প্ৰেমৰ অলকানন্দা
[04:36.25]🎵