🎵

Arohi

Album: Arohi Durasi: 5:13
[00:51.24]গৰকি যাওঁ নিয়ৰৰ শৰাই
[00:56.30]চকুৰ পচাৰতে ৰাতি পুৱায়
[01:01.65]বনৰ চৰায়ে বনৰ গীত গায়
[01:06.83]উৰি উৰি সীমনাতে হেৰায়
[01:11.67]প্ৰথমজাক পোহৰে সমুখৰে বাটবোৰ দেখুৱায়
[01:22.11]বাটৰুৱা মন আমাৰ, ধুমুহাকো নেওচি যাব আগুৱাই
[01:32.23]আৰোহী, আৰোহী, আৰোহী, আৰোহী
[01:37.33]আমি পোহৰৰে আৰোহী
[01:42.44]আৰোহী, আৰোহী, আৰোহী, আৰো-
[01:47.52]আমি হেঁপাহৰে আৰোহী
[01:53.21]🎵
[02:13.55]গৰকি যায় সপোন নিজৰাই
[02:18.58]সাগৰ বিচাৰি দিঠকত হেৰায়
[02:23.90]সাগৰলে' এতিয়াও যে দূৰ
[02:28.99]যদি পাহৰোঁ এই গীতৰে সুৰ
[02:34.08]তোমাৰ মৰমেই মোৰ সিৰে-সিৰে ব'ব সুৰ হৈ তেতিয়া
[02:44.16]তোমাৰ উছাহে মোক ধুমুহাকো নেওচি নিব আগুৱাই
[02:54.54]আৰোহী, আৰোহী, আৰোহী, আৰো-
[02:59.70]আমি পোহৰৰে আৰোহী
[03:05.04]আৰোহী, আৰোহী, আৰোহী, আৰো-
[03:09.82]আমি হেঁপাহৰে আৰোহী
[03:15.20]আৰোহী, আৰোহী, আৰোহী, আৰো-
[03:19.96]আমি পোহৰৰে আৰোহী
[03:25.23]আৰোহী, আৰোহী, আৰোহী, আৰো-
[03:30.33]আমি হেঁপাহৰে আৰোহী
[03:35.95]🎵
[03:56.25]যদি ৰওঁ থমকি, প্ৰাণ-পক্ষী মোৰ তোমাৰে সাৰথি
[04:06.39]আকাশ-পিয়াসী মনে ধুমুহাকো নেওচি যাব আগুৱাই
[04:19.15]আৰোহী, আৰোহী, আৰোহী, আৰোহী
[04:24.29]আমি পোহৰৰে আৰোহী
[04:29.64]আৰোহী, আৰোহী, আৰোহী, আৰো-
[04:34.65]আমি হেঁপাহৰে আৰোহী
[04:40.10]আৰোহী, আৰোহী, আৰোহী, আৰোহী
[04:44.89]আমি পোহৰৰে আৰোহী
[04:50.15]আৰোহী, আৰোহী, আৰোহী, আৰো-
[04:55.24]আমি হেঁপাহৰে আৰোহী
[05:00.81]🎵