🎵

Bohona

Album: Bohona Durasi: 4:30
[00:09.13]অ', মোৰে বহনা, বুকুৰে বতৰা কিয়নো নোকোৱা হ'লা?
[00:18.22]কথা দি, কথা দি এতিয়া, বহনা, কিয়নো আঁতৰি গ'লা?
[00:27.61]চোতালৰে দূবৰি, বাটে কিৰীলি
[00:32.49]লিহিৰী বিৰিণা বনতে আজিও আছ নাচি
[00:37.01]দোলনি-দোপনি ঘাঁহেৰে শুৱনি পথাৰখনি
[00:41.83]মদাৰৰ ৰঙা ৰং, দিবাঁ মৰম অকণ, দিবাঁ দেই আঁচলখনি
[00:46.47]জীৱন দুদিনীয়া মোৰে ৰয়, বহনা
[00:50.85]কিনো তাঁতৰ শালে পাতিলা, বহনা?
[00:55.52]তাঁতৰ গানে মাৰি ক'তেনো ৰাখোঁ, ঐ!
[01:00.52]কিনো মায়াজালত পৰিলোঁ, ঐ!
[01:06.27]🎵
[01:49.28]দেহাতে জ্বলিছে যৌৱনৰ জীয়া একুৰা জুই
[01:54.19]ইচাটি-বিচাটি তোৰে গা, যৌৱনো ব্যাকুল
[01:58.80]মনেও গোনাইছে, আশাও পালিছোঁ, বিধাতাই পাতিব যোৰ
[02:03.33]কাহানিকৈ আহিবা কৰিব শুৱনি পঁজাটি মোৰ?
[02:07.96]দেহাতে জ্বলিছে যৌৱনৰ জীয়া একুৰা জুই
[02:12.87]ইচাটি-বিচাটি তোৰে গা, যৌৱনো ব্যাকুল
[02:17.49]মৰমৰ নাচনী, চেনেহৰ চাৱনি, এৰি যা সুখৰে ভাত
[02:21.83]ঐ, লিখনি-পোতনি খালেও চলিব যদি পাওঁ মৰমৰ মাত, অঁ
[02:26.68]জীৱন দুদিনীয়া মোৰে ৰয়, বহনা
[02:31.18]কিনো তাঁতৰ শালে পাতিলা, বহনা?
[02:36.06]তাঁতৰ গানে মাৰি ক'তেনো ৰাখোঁ, ঐ!
[02:40.64]কিনো মায়াজালত পৰিলোঁ, ঐ!
[02:47.35]🎵
[03:09.83]প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ
[03:18.84]গছে-বনে সলালে পাত
[03:25.07]ততে নাই নাচনীৰ গাত
[03:29.45]🎵