🎵

Dur Ximonat

Album: Dur Ximonat Durasi: 5:39

দূৰ সীমনাত

আকাশ মোৰ খহি যায়

দূৰ সীমনাত

আকাশ মোৰ খহি যায়

দূৰ সীমনাত

আকাশ মোৰ খহি যায়

দূৰ সীমনাত

আকাশ মোৰ খহি যায়

ৰাঙলী এজাক

দৰদী কথা

নিশাহক মোৰ দি যায়

ৰাঙলী এজাক

দৰদী কথা

নিশাহক মোৰ দি যায়

ৰঙচুৱা মোৰ

উভতা বাট

সিন্দূৰীয়া মোৰ

উভতা বাট

বাখৰুৱা মোৰ

উভতা বাট

দূৰ সীমনাত

আকাশ মোৰ খহি যায়

দূৰ সীমনাত

আকাশ মোৰ খহি যায়

সন্ধ্যা যদি

নদী হৈ হৈ বয়

আকাশ তোৰে কোলাত খহক

ছায়াঘন

নৈঃশব্দ বৈ যায়

নিৰৱধি

ৰাঙলী এজাক

দৰদী কথা

নিশাহক মোৰ দি যায়

ৰাঙলী এজাক

দৰদী কথা

নিশাহক মোৰ দি যায়

ৰঙচুৱা মোৰ

উভতা বাট

সিন্দূৰীয়া মোৰ

উভতা বাট

বাখৰুৱা মোৰ

উভতা বাট

দূৰ সীমনাত

আকাশ মোৰ খহি যায়

দূৰ সীমনাত

আকাশ মোৰ খহি যায়

ৰঙচুৱা মোৰ

উভতা বাট

সিন্দূৰীয়া মোৰ

উভতা বাট

বাখৰুৱা মোৰ

উভতা বাট

উভতা বাট

উভতা বাট

উভতা বাট

উভতা বাট