🎵
[00:14.16]এনে লাগে তোমাক চালে সময় থমকি ৰয়
[00:25.79]এনে লাগে তুমি সলনি হ'লে ঋতু সলনি হয়
[00:38.03]এনে লাগে তুমি নহ'লে সপোন সপোন হৈ ৰয়
[00:49.78]এনে লাগে তোমাক পালে মৰম নৈ হৈ বয়
[01:02.04]এনে লাগে তোমাক চালে সময় থমকি ৰয়
[01:12.48]🎵
[01:37.79]কুঁৱলীৰে সনা সেমেকা পুৱা
[01:43.85]একাঁজলি ৰ'দ তুমিয়েই জানা!
[01:51.03]অ', কুঁৱলীৰে সনা সেমেকা পুৱা
[01:58.78]একাঁজলি ৰ'দ তুমিয়েই জানা!
[02:04.67]তুমিয়েইতো দূৰ অসীমৰ
[02:10.75]নীলা আকাশৰ ৰঙা-বগা থূপ ডাৱৰৰ
[02:15.76]এনে লাগে
[02:18.77]এনে লাগে
[02:21.76]এনে লাগে
[02:25.22]🎵
[02:49.57]আশা কৰা দিনবোৰ তোমাৰ স'তে
[02:55.62]বুকু দুৰু-দুৰু তোমাৰ বাবে
[03:01.90]তোমাৰেই ভাৱনাত নাজানো দিন-ৰাতি
[03:07.54]কেতিয়া পুৱা হয়, কেতিয়া আবেলি!
[03:16.96]এনে লাগে
[03:19.05]এনে লাগে
[03:21.78]এনে লাগে
[03:24.13]অ', এনে লাগে
[03:27.42]অ', এনে লাগে
[03:31.25]এনে লাগে
[03:34.20]এনে লাগে, অ'
[03:39.38]অ', এনে লাগে (এনে লাগে)
[03:43.38]এনে লাগে (এনে লাগে)
[03:46.33]এনে লাগে (এনে লাগে)
[03:49.43]এনে লাগে (এনে লাগে)
[03:51.43]অ', এনে লাগে
[03:53.92]এনে লাগে
[03:55.29]এনে লাগে
[03:56.81]এনে লাগে
[03:58.54]এনে লাগে
[03:59.87]এনে লাগে
[04:01.15]~ itsmechinmoy
[04:02.15]🎵