← Kembali
🎵

Jakoruwa Moloya

Album: Jakoruwa Moloya Durasi: 3:40
[00:28.60]হঠাতে এটি উন্মাদনা
[00:31.13]মোৰ হিয়াতে এটি সম্ভাৱনা
[00:34.47]কথাতে কয় মন-বাগৰা
[00:37.66]উলাহত মই আপোন-পাহৰা
[00:40.79]কত আশা জাগি উঠে তোমাক দেখিলে!
[00:46.62]কিনো হয় নজনাকে' কাষৰলে' আহিলে!
[00:53.18](জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা)
[00:59.58]জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা
[01:05.86]জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা
[01:49.43]আবতৰীয়া প্ৰেমৰ নানাৰঙী কথা
[01:55.73]মধুৰসুৰীয়া গীতৰ আলাপে ভৰা
[02:00.74]আকাশে দিয়ে এটি ঠিকনা
[02:03.77]সুবিশাল হৃদয়ৰে বাসনা
[02:06.95]তোমাক পোৱাৰ জাগে প্ৰেৰণা
[02:10.39]উশাহে-নিশাহে জানা!
[02:13.48](জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা)
[02:19.53]জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা
[02:25.67]জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা
[03:21.20]মনজ্যোৎস্না, yeah, yeah, whoa, oh-oh
[03:27.27]মনজ্যোৎস্না, whoa, oh-oh
[03:30.08]🎵