🎵
[00:19.64]অসুখৰে সময় পাহৰোৱাঁ
[00:29.64]কান্দোনৰে প্ৰহৰ মচি দিয়াঁ
[00:38.82]অ' আকূতিৰে চিৰাল আঙুলিৰে
[00:48.27]সৰকি অহা চকুপানী
[00:58.08]উচুপনি ভাঙি হাঁহি হোৱাঁ
[01:09.30]দুঃসময় নেওচি আহি থাকাঁ
[01:18.74]কোৱাঁ ঘৰমুৱা দুভৰিৰে কথা
[01:28.90]জীয়াই থাকক আশাৰে ৰ'দ জীয়া
[01:38.97]জীয়াই থাকক আশাৰে ৰ'দ জীয়া
[01:48.76]জীয়াই থাকক আশাৰে ৰ'দ
[01:53.77]মুকলি ভালপোৱা জাকৰুৱা
[02:02.57]জাকৰুৱা
[02:07.43]জাকৰুৱা
[02:12.76]🎵
[02:53.50]ভাগৰৰ দুহাতত গুঁজি দিয়াঁ
[03:03.43]টোপনিৰে ভাঁজত জাগি ৰোৱাঁ
[03:12.10]সপোনকে কোৱাঁ- "জাগি ৰোৱাঁ"
[03:22.02]উচুপনি ভাঙি হাঁহি হোৱাঁ
[03:33.23]দুঃসময় নেওচি আহি থাকাঁ
[03:42.74]কোৱাঁ ঘৰমুৱা দুভৰিৰে কথা
[03:53.04]জীয়াই থাকক আশাৰে ৰ'দ জীয়া
[04:02.91]জীয়াই থাকক আশাৰে ৰ'দ জীয়া
[04:12.96]জীয়াই থাকক আশাৰে ৰ'দ
[04:18.19]মুকলি ভালপোৱা জাকৰুৱা
[04:26.76]জাকৰুৱা
[04:31.80]জাকৰুৱা
[04:36.67]ভালপোৱা
[04:41.56]জাকৰুৱা
[04:47.88]জীয়াই থাকক আশাৰে ৰ'দ জীয়া
[04:57.74]জীয়াই থাকক আশাৰে ৰ'দ জীয়া (জীয়া-জীয়া-জীয়া)
[05:07.73]জীয়াই থাকক আশাৰে ৰ'দ জীয়া
[05:17.63]জীয়াই থাকক আশাৰে ৰ'দ
[05:22.68]মুকলি ভালপোৱা জাকৰুৱা
[05:31.27]জাকৰুৱা
[05:36.24]জাকৰুৱা
[05:42.56]অসুখৰে সময় পাহৰোৱাঁ
[05:50.25]🎵