🎵
[01:05.22]কি বেদনাতে দুচকু সেমেকে?
[01:12.80]কি ভাৱনাতে দুবাহু ওমলে?
[01:19.65]🎵
[01:35.62]কি বেদনাতে দুচকু সেমেকে?
[01:43.29]কি ভাৱনাতে দুবাহু ওমলে?
[01:50.86]কি মৰীচিকা খেদি হাবাথুৰি খাই
[01:55.72]আজি ৰৈ আছোঁ মই?
[02:04.83]মই আকৌ আহিলোঁ ফাগুন হৈ তোমালে'
[02:12.46]মই আকৌ উভতিম বিমুখ হৈ তোমাৰে
[02:20.00]মই আকৌ জ্বলি-পুৰি ছাই হৈ মিলি ৰ'ম ধূলিকণাত
[02:27.92]সময়ৰ সৰাপাতেও নোসোঁৱৰাব মোক
[02:40.24]বহু ৰাতি বাগৰিল নীৰৱতাত
[02:48.10]বহু চকুলো সৰিল আকুলতাত
[02:55.74]বহু খোজ থমকিল শূন্যতাত
[03:02.32]সোণোৱালী
[03:06.27]কাঁচিয়লি
[03:10.01]পোহৰে আহি কয়
[03:13.33]আজি মই মাথোঁ মই
[03:19.41]🎵
[03:50.82]ৰঙচুৱা সোণপথাৰৰে ৰং
[03:58.63]পলাশৰে ফুলে সিঁচে মিঠা মন
[04:06.11]উন্মাদিনী কবিতা শাৰীতে
[04:10.44]দুটি শব্দ নিগৰে
[04:14.98]পাহৰে সামৰে আৱেগেৰে
[04:19.90]মই আকৌ আহিলোঁ ফাগুণ হৈ তোমালে'
[04:27.68]মই আকৌ উভতিম বিমুখ হৈ তোমাৰে
[04:35.28]মই আকৌ জ্বলি-পুৰি ছাই হৈ মিলি ৰ'ম ধূলিকণাত
[04:43.26]সময়ৰ সৰাপাতেও নোসোঁৱৰাব মোক
[04:53.84]বহু ৰাতি বাগৰিল নীৰৱতাত
[05:01.39]বহু চকুলো সৰিল আকুলতাত
[05:09.04]বহু খোজ থমকিল শূন্যতাত
[05:15.71]সোণোৱালী
[05:19.69]কাঁচিয়লি
[05:22.95]পোহৰে আহি কয়
[05:26.52]আজি মই মাথোঁ মই
[05:32.47]🎵
[06:04.32]বহু ৰাতি বাগৰিল নীৰৱতাত (কি বেদনাতে দুচকু সেমেকে?)
[06:12.04]বহু চকুলো সৰিল আকুলতাত
[06:19.58]বহু ৰাতি বাগৰিল নীৰৱতাত (কি বেদনাতে দুচকু সেমেকে?)
[06:27.34]বহু চকুলো সৰিল আকুলতাত
[06:38.08]🎵