🎵

Maaz Nixa

Album: Maaz Nixa Durasi: 3:12
[00:16.24]চিনা (জানো?)
[00:20.89]বিচাৰিছে
[00:24.89]চিনা জানো?
[00:29.15]বিচাৰিছে
[00:34.34]জানিব বিচাৰোঁ সঁচা প্ৰেম আজিনো কাক কয়
[00:38.51]বাকী কথাখিনি ক'বলে' হাততে হাত থৈ
[00:41.43]৪০০ বছৰ আছিল ৰৈ
[00:43.76]ৰ'দে-বৰষুণে কি পাই!
[00:45.65]নাছিলে অলপো আশা ঘূৰি অহা
[00:47.85]তথাপি আছিল সি বাট চাই
[00:49.80]সি লাজ পায়
[00:50.86]ক'বলৈ
[00:52.00]সঁচা বুলি মানি ল'বলৈ
[00:54.19]মৰমবোৰ মনতে ৰাখি থৈ
[00:56.06]সাহস নোগোটালে ক'বলৈ
[00:59.48]লাহে লাহে কৰি আহিলে মনৰে বাৰিষা
[01:03.37]কান্দিব ধৰিলে হঠাতে আজি সি মাজনিশা
[01:06.98]🎵
[01:44.22]আজিও আছে সি তাত ৰৈ
[01:46.12]মনৰ কথাবোৰ মনত লৈ
[01:48.57]দিছিলা যিমানো মিছা প্ৰতিশ্ৰুতি
[01:50.46]সকলো আছে হাতত লৈ
[01:52.74]ভাবিছে যে তুমি আহিবা
[01:54.56]আধৰুৱা কথা শুনিবা
[01:56.61]মিছা এই সমাজৰ ক'লা ধোঁৱাৰ মাজত
[01:58.76]মিঠাকে' চুমাটি যাচিবা
[02:00.88]চিনা জানো যোনে তোমাৰ দেখি আছে সপোন-সপোন?
[02:04.96]বিচাৰিছে মনে মনে কৰিবলৈ আপোন-আপোন
[02:09.15]চিনা জানো যোনে তোমাৰ দেখি আছে সপোন-সপোন?
[02:13.33]বিচাৰিছে মনে মনে কৰিবলৈ আপোন-আপোন
[02:18.54]জানিব বিচাৰোঁ সঁচা প্ৰেম আজিনো কাক কয় (কাক কয়)
[02:22.70]বাকী কথাখিনি ক'বলে' হাততে হাত থৈ
[02:26.98]🎵