🎵

Moromor Buloni

Album: Moromor Buloni Durasi: 3:16
[00:15.48]ক'লাহি মধুৰ প্ৰেমৰ কাহিনী
[00:23.23]দিলাহি বুকুতে মৰমৰ বুলনি
[00:31.00]শুনাহি নোকোৱা সাঁথৰৰ ভাঙনি
[00:38.83]হ'লাহি জীৱন-বাটৰ লগৰী
[00:46.03]উশাহে-নিশাহে প্ৰতিটো খোজতে
[00:50.08]তুমি আছাহি বৈ
[00:53.67]হিয়াৰে কোণতে প্ৰতিটো ক্ষণতে
[00:57.65]তুমি থাকাহি ৰৈ
[01:01.09]উশাহে-নিশাহে প্ৰতিটো খোজতে
[01:05.34]তুমি আছাহি বৈ
[01:08.87]হিয়াৰে কোণতে প্ৰতিটো ক্ষণতে
[01:12.86]তুমি থাকাহি ৰৈ
[01:16.45]ক'লাহি মধুৰ প্ৰেমৰ কাহিনী
[01:24.13]দিলাহি বুকুতে মৰমৰ বুলনি
[01:31.81]🎵
[02:02.25]ৰ'দালিৰে হেঙুলীয়া কিৰণেৰে পোহৰালা
[02:09.84]ডাৱৰৰে আঁৰে-আঁৰে লাজে-লাজে হাঁহি দিলা
[02:17.50]ৰ'দালিৰে হেঙুলীয়া কিৰণেৰে পোহৰালা
[02:25.16]ডাৱৰৰে আঁৰে-আঁৰে লাজে-লাজে হাঁহি দিলা
[02:32.67]মুক্ত আকাশ
[02:34.51]গানৰ সুবাস
[02:36.48]সুৰে-সুৰে আহি আৱৰিছা
[02:40.15]স্তব্ধ জোনাক
[02:41.91]প্ৰেমৰ প্ৰকাশ
[02:44.03]বাৰে বাৰে তুমি আৱৰিছা
[02:47.71]মৌনতাৰে বুজালাহি এবুকু মৰম
[02:55.37]মৌনতাৰে বুজালাহি এবুকু মৰম
[03:02.99]মৌনতাৰে বুজালাহি এবুকু মৰম
[03:10.29]🎵