🎵
[00:13.66]জোনে-ধোৱা ব'হাগী নিশা
[00:17.15]মৌসনা কুলিৰ মাত
[00:20.33]মায়া-ভৰা জোনাকী নিশা
[00:23.85]সুবাসী সমীৰে চুমে গাত
[00:26.50]🎵
[00:37.14]সুবাসী সমীৰে চুমে গাত
[00:40.00]এফাকি যেন চিনাকি কবিতাই মোৰ
[00:43.26]হিয়াৰ ফুলনিত ৰং সিঁচি যায়
[00:46.77]চিনাকি চিনাকি এটি সুৰে মোৰ
[00:49.91]উদাসী মনটি নিচুকায়
[00:53.48]এফাকি যেন চিনাকি কবিতাই মোৰ
[00:56.65]হিয়াৰ ফুলনিত ৰং সিঁচি যায়
[01:00.01]চিনাকি চিনাকি এটি সুৰে মোৰ
[01:03.33]উদাসী মনটি নিচুকায়
[01:06.32]মন-ভৰা ৰূপালী-মধুৰ নিশা
[01:09.57]তৰা-ভৰা নীলিমা (তৰা-ভৰা নীলিমা)
[01:13.09]মন-ভৰা ৰূপালী-মধুৰ নিশা
[01:16.29]তৰা-ভৰা নীলিমা (তৰা-ভৰা নীলিমা)
[01:19.98]🎵
[02:13.70]আকলুৱা মনৰে আশা, সপোন কোলাত উৰি যায়
[02:20.22]মনৰে সীমনাতে কোনেনো মৰমী হিয়াৰে বাটে চায়!
[02:27.13]আকলুৱা মনৰে আশা, সপোন কোলাত উৰি যায়
[02:33.98]মনৰে সীমনাতে কোনেনো মৰমী হিয়াৰে বাটে চায়!
[02:39.95]এফাকি যেন চিনাকি কবিতাই মোৰ
[02:43.44]হিয়াৰ ফুলনিত ৰং সিঁচি যায়
[02:46.60]চিনাকি চিনাকি এটি সুৰে মোৰ
[02:49.19]উদাসী মনটি নিচুকায়
[02:53.52]এফাকি যেন চিনাকি কবিতাই মোৰ
[02:56.88]হিয়াৰ ফুলনিত ৰং সিঁচি যায়
[03:00.05]চিনাকি চিনাকি এটি সুৰে মোৰ
[03:03.22]উদাসী মনটি নিচুকায়
[03:06.41]মন-ভৰা ৰূপালী-মধুৰ নিশা
[03:09.72]তৰা-ভৰা নীলিমা
[03:13.19]মন-ভৰা ৰূপালী-মধুৰ নিশা
[03:16.37]তৰা-ভৰা নীলিমা
[03:18.25]🎵