🎵

Ovotaar

Album: Ovotaar Durasi: 5:33
[00:19.64]মুক্ত মনে গতিহীনতা অৱৰুধি...
[00:25.06]ৰাতিৰ এন্ধাৰ খেপিয়াই বিচাৰি যায় পোহৰ
[00:33.45]বিচাৰি পোহৰ
[00:39.84]ক্ষুদ্ৰ জীৱ আমি, হেঁপাহো অবিনাশী
[00:44.90]নিয়তিৰে কালচক্ৰত হেৰোৱা সাঁথৰ
[00:53.46]হেৰোৱা সাঁথৰ
[00:58.41]হে অৱতাৰ
[01:03.27]যত হাহাকাৰ...
[01:08.33]কৰাঁ অৱসান
[01:13.38]দিয়াঁ পৰিত্ৰাণ
[01:18.42]ধুমুহাৰ গান
[01:23.24]বাৰিষাৰ বাণ
[01:28.32]দিয়াঁ ঢালি প্ৰাণ...
[01:33.41]অগ্নিবীণাৰ
[01:38.56]হে অৱতাৰ
[01:49.36]কক্ষপথে ভ্ৰমি পৃথিৱী অনুগামী
[01:54.95]তুমি ৰচি দিয়াঁ সৃষ্ট জগতৰ সুৰৰ...
[02:03.51]জগতৰ সুৰত
[02:09.77]উচ্চ-নীচভেদী মানৱী অনুভূতি...
[02:15.12]প্ৰসাৰিত হওক তোমাৰেনো চৰণত
[02:23.29]সেৱা চৰণত
[02:28.43]হে অৱতাৰ (তুমি পোহৰ, তুমি সাঁথৰ অবাধে)
[02:33.42]যত হাহাকাৰ... (কৰা জীপাল সৰা টোপাল চকুৰে)
[02:38.27]কৰাঁ অৱসান (মুক্ত মনে বিচাৰি পালে)
[02:43.49]দিয়াঁ পৰিত্ৰাণ (উত্তৰ হেজাৰ তোমাৰ চৰণতে)
[02:48.40]ধুমুহাৰ গান (তুমি পোহৰ, তুমি সাঁথৰ অবাধে)
[02:53.61]বাৰিষাৰ বাণ (কৰা জীপাল সৰা টোপাল চকুৰে)
[02:57.92]দিয়াঁ ঢালি প্ৰাণ... (মুক্ত মনে বিচাৰি পালে)
[03:03.12]অগ্নিবীণাৰ (উত্তৰ হেজাৰ তোমাৰ চৰণতে)
[03:08.30]হে অৱতাৰ
[03:13.23]🎵
[03:29.49]ব্ৰহ্মা আদি কৰি জীৱ যত
[03:34.56]ৰাম ৰাম ৰাম ৰাম ৰাম
[03:39.56]মায়া-শয্যা মাজে আছয় ঘুমটি যাই
[03:49.64]তুমিসে চৈতন্য সনাতন
[03:54.51]ৰাম ৰাম ৰাম ৰাম ৰাম
[03:59.77]আমি অচেতন নিয়োক নাথ জগাই
[04:08.61]হে অৱতাৰ (তুমি পোহৰ, তুমি সাঁথৰ অবাধে)
[04:13.52]যত হাহাকাৰ... (কৰা জীপাল সৰা টোপাল চকুৰে)
[04:18.14]কৰাঁ অৱসান (মুক্ত মনে বিচাৰি পালে)
[04:23.34]দিয়াঁ পৰিত্ৰাণ (উত্তৰ হেজাৰ তোমাৰ চৰণতে)
[04:28.21](ধুমুহাৰ গান) তুমিসে চৈতন্য সনাতন
[04:33.45](বাৰিষাৰ বাণ, দিয়াঁ ঢালি...) ৰাম ৰাম ৰাম ৰাম ৰাম
[04:39.58](প্ৰাণ অগ্নিবীণাৰ) আমি অচেতন নিয়োক নাথ জগাই
[04:48.43]হে অৱতাৰ (তুমি পোহৰ, তুমি সাঁথৰ)
[04:54.66]কৰা জীপাল সৰা টোপাল
[04:59.65]মুক্ত মনে বিচাৰি পালে
[05:04.79]উত্তৰ হেজাৰ তোমাৰ চৰণতে
[05:09.62]🎵