🎵
[00:19.36]এই গীত ৰং-ধেমালিৰ ৰচনা
[00:24.16]এইয়া প্ৰীতি আবেলিৰ ঠিকনা
[00:28.79]পাহৰি যত মনৰে বেদনা
[00:33.92]হিয়াত বাজে সঘনে গগনা
[00:38.48]মতলীয়া বতাহজাকে
[00:41.18]উলাহতে চুমা যাচে
[00:43.46]জুৰিটিৰ পাৰে-পাৰে
[00:45.83]কঁহুৱাই সপোন ৰচে
[00:48.33]মতলীয়া বতাহজাকে
[00:50.74]উলাহতে চুমা যাচে
[00:53.27]জুৰিটিৰ পাৰে-পাৰে
[00:55.35]কঁহুৱাই সপোন ৰচে
[00:57.48]🎵
[01:06.10]মনৰে দলিচা
[01:09.29]ফুলনি-বাগিচা
[01:11.93]মনৰে দলিচা
[01:14.46]ফুলনি-বাগিচা
[01:17.00]🎵
[01:55.60]এই গীত মনমন্দিৰৰ থাপনা
[02:00.57]এইয়া প্ৰেম-ভালপোৱাৰ কামনা
[02:05.18]এই গীত সুৰসাগৰৰ অৰ্চনা
[02:10.01]এইয়া প্ৰাণমুৰুলীৰ মূৰ্চ্ছনা
[02:14.68]মতলীয়া বতাহজাকে
[02:17.20]উলাহতে চুমা যাচে
[02:19.85]জুৰিটিৰ পাৰে পাৰে
[02:22.04]কঁহুৱাই সপোন ৰচে
[02:24.35]মতলীয়া বতাহজাকে
[02:26.77]উলাহতে চুমা যাচে
[02:29.17]জুৰিটিৰ পাৰে পাৰে
[02:31.54]কঁহুৱাই সপোন ৰচে
[02:33.42]🎵
[02:43.17]মনৰে দলিচা
[02:45.77]ফুলনি-বাগিচা
[02:48.28]মনৰে দলিচা
[02:50.43]ফুলনি-বাগিচা
[02:52.23]🎵