🎵

SLANTHINGS

Album: SLANTHINGS Durasi: 5:12
[00:19.67]মায়াময় চাৱনি তোমাৰ
[00:22.56]হিয়াতে তুলিলে জোৱাৰ
[00:24.72]নজনাকে' পৰিছোঁ তোমাৰ
[00:27.51]প্ৰেমতে বাৰে-বাৰে-বাৰ...
[00:30.15]উৰি উৰি পাৰ হয় আকাশ
[00:32.64]মন মোৰ আজি উৰণীয়া
[00:35.08]পছোৱা ফাগুনী উতলা
[00:40.75]I've been keeping it quiet
[00:42.59]Taking my time to let you know
[00:44.92]But you got all my highs on you
[00:47.28]My sober heart can't wait no more
[00:50.63]Taking just the patience
[00:53.28]Wish you could hear my feelings
[00:55.75]Writing songs on my temptation
[00:58.13]I say, "Keep going on and on"
[01:01.07]মন পগলা কৰি গ'লা
[01:03.47]বুজি পালোঁ আজি প্ৰেমৰ তাড়না
[01:06.25]নাই ভাগৰা, নাই ভাগৰা
[01:08.56]তোমাৰ নামতে ৰচি কবিতা
[01:11.06]উলাহে নভৰে মোৰ হিয়া
[01:13.76]কিনো যাদু তুমি কৰিলা!
[01:16.16]তোমাৰ হাঁহিটি মোৰ নিচা
[01:18.72]এৰিব নোৱাৰোঁ মই সঁচা
[01:21.53]🎵
[02:32.79]Now, let's take it back to the time we were 17
[02:37.53]I was just a mess falling in love in supersonic speed
[02:42.55]I had myself back thinking I'll tell you everything
[02:48.04]When we grow up
[02:50.38]I'll just show up
[02:53.43]I've been keeping it quiet
[02:55.42]Taking my time to let you know
[02:57.94]But you got all my highs on you
[03:00.20]My sober heart can't wait no more
[03:03.88]Taking just the patience
[03:06.07]Wish you could hear my feelings
[03:08.52]Writing songs on my temptation
[03:11.13]I say, "Keep going on and on"
[03:13.92]মন পগলা কৰি গ'লা
[03:16.21]বুজি পালোঁ আজি প্ৰেমৰ তাড়না
[03:18.99]নাই ভাগৰা, নাই ভাগৰা
[03:21.21]তোমাৰ নামতে ৰচি কবিতা
[03:23.83]উলাহে নভৰে মোৰ হিয়া
[03:26.47]কিনো যাদু তুমি কৰিলা!
[03:28.95]তোমাৰ হাঁহিটি মোৰ নিচা
[03:31.42]এৰিব নোৱাৰোঁ মই সঁচা
[04:45.72]মন পগলা কৰি গ'লা
[04:48.08]বুজি পালোঁ আজি প্ৰেমৰ তাড়না
[04:51.09]নাই পাহৰা, নাই পাহৰা
[04:53.10]তোমাৰ নামতে ৰচি কবিতা
[04:55.84]উলাহে নভৰে মোৰ হিয়া
[04:58.36]কিনো যাদু তুমি কৰিলা!
[05:00.86]তোমাৰ হাঁহিটি মোৰ নিচা
[05:03.39]এৰিব নোৱাৰোঁ মই সঁচা
[05:05.73]🎵