🎵

Tumar Dusokute

Album: Tumar Dusokute - Single Durasi: 4:14
[00:24.58]দুচকুতে প্ৰণয়ৰে ধেমালি
[00:30.24]হৃদয়তে সৰাপাতৰ উচুপনি
[00:42.19]দুচকুতে প্ৰণয়ৰে ধেমালি
[00:47.83]হৃদয়তে সৰাপাতৰ উচুপনি
[00:53.58]হাঁহি হাঁহি ঢাকি থ'লোঁ
[00:55.71]নজনাকে' তুমিও নেদেখাকে'
[00:59.46]বুকুখনি কঁপি উঠে আৱেশৰ
[01:02.25]আৱেগতে গোপনে
[01:04.16]বুকুতে আজি খেলা কৰে নজনাকে'
[01:09.92]উশাহতো তুমি থাকা গুপুতে
[01:15.85]বুকুতে আজি খেলা কৰে নজনাকে'
[01:21.83]উশাহতো তুমি আছা গুপুতে
[01:27.52]🎵
[01:51.62]নোকোৱা কথাবোৰ আজি
[01:54.54]আলফুলে শুনিবাঁ
[01:57.30]হৃদয়ে বিচাৰিছে তোমাক
[02:02.90]সোণ পল প্ৰতিপল তুমি
[02:06.21]মোৰে হৈ ৰোৱাঁনা
[02:09.12]আদৰে ৰখিমে যে হিয়াত
[02:14.53]হাঁহি হাঁহি ঢাকি থ'লোঁ
[02:16.69]নজনাকে' তুমিও নেদেখাকে'
[02:20.28]বুকুখনি কঁপি উঠে আৱেশৰ
[02:23.27]আৱেগতে গোপনে
[02:25.45]বুকুতে আজি খেলা কৰে নজনাকে'
[02:31.10]উশাহতো তুমি আছা গুপুতে
[02:37.17]🎵
[03:00.83]হৃদয়ত গোপনে লিখা
[03:03.84]অনুভৱ তুমি হোৱাঁ
[03:06.86]মাথোঁ তুমি মোৰ হোৱাঁনা
[03:12.79]আলসুৱা সপোনে আহি
[03:15.58]ক'ব খোজে বহুকথা
[03:18.30]তোমাতে বিলীন হ'ব দিয়াঁ
[03:23.69]হাঁহি হাঁহি ঢাকি থ'লোঁ
[03:26.16]নজনাকে' তুমিও নেদেখাকে'
[03:29.54]বুকুখনি কঁপি উঠে আৱেশৰ
[03:32.89]আৱেগতে গোপনে
[03:34.69]বুকুতে আজি খেলা কৰে নজনাকে'
[03:40.63]উশাহতো তুমি থাকা গুপুতে
[03:46.30]বুকুতে আজি খেলা কৰে নজনাকে'
[03:52.26]উশাহতো তুমি আছা গুপুতে
[03:58.09]🎵