🎵
[00:28.33]সেই হাঁহি
[00:31.60]পৰাণৰ হাঁহি
[00:36.32]ক্ষণে-ক্ষণে বিৰিঙি যায়
[00:39.83]পলকতে কিনো কৈ যায়?
[00:43.28]সেই হাঁহি
[00:46.57]পৰাণৰ হাঁহি
[00:51.05]ক্ষণে-ক্ষণে বিৰিঙি যায়
[00:54.59]পলকতে কিনো কৈ যায়?
[00:59.43]হিয়াৰ ভাঁজতে সপোন আঁকি দি যায়
[01:03.07]সেই হাঁহিটিৰ মিঠা ছবিটি চাই
[01:06.66]মোৰ পৰাণে সপোনৰে গীত গায়
[01:10.55]তোৰ হৃদয়ৰ প্ৰণয়ৰ উম পাই
[01:14.23]হিয়াৰ ভাঁজতে সপোন আঁকি দি যায়
[01:17.95]সেই হাঁহিটিৰ মিঠা ছবিটি চাই
[01:21.54]মোৰ পৰাণে সপোনৰে গীত গায়
[01:25.20]তোৰ হৃদয়ৰ প্ৰণয়ৰ উম পাই
[01:28.96]মই উন্মনা
[01:32.47]উন্মনা তোমাৰ বাবে
[01:36.11]মই উন্মনা
[01:39.98]উন্মনা তোমাৰ বাবে
[01:44.55]পল-পল, পলে-পলে গাওঁ
[01:48.31]আশাভৰা সিকিতকে'
[01:51.83]পল-পল, পলে-পলে গাওঁ
[01:55.81]আশাভৰা সিকিতকে'
[01:59.51]🎵
[02:26.67]হিয়াৰ বাঁহীত
[02:29.99]এটি সুৰ আহি
[02:34.49]ঘনে ঘনে বৰষি যায়
[02:38.00]তলকতে কিনো দি যায়?
[02:41.32]হিয়াৰ বাঁহীত
[02:44.43]এটি সুৰ আহি
[02:49.48]ঘনে ঘনে বৰষি যায়
[02:52.85]তলকতে কিনো দি যায়?
[02:57.34]মনৰ মাজতে মনে মিচিকিয়ায়
[03:01.00]মোৰ মৰমে তোৰ সঁহাৰি পাই
[03:04.89]মনবননিৰ ফাগুনৰ পছোৱাই
[03:08.22]মোৰ হৃদয়ৰ ব'হাগীক নচুৱায়
[03:12.08]মনৰ মাজতে মনে মিচিকিয়ায়
[03:15.95]মোৰ মৰমে তোৰ সঁহাৰি পাই
[03:19.52]মনবননিৰ ফাগুনৰ পছোৱাই
[03:22.91]মোৰ হৃদয়ৰ ব'হাগীক নচুৱায়
[03:26.82]মই উন্মনা
[03:30.59]উন্মনা তোমাৰ বাবে
[03:34.07]মই উন্মনা
[03:37.95]উন্মনা তোমাৰ বাবে
[03:42.74]পল-পল, পলে-পলে গাওঁ
[03:46.51]আশাভৰা সিকিতকে'
[03:49.95]পল-পল, পলে-পলে গাওঁ
[03:53.90]আশাভৰা সিকিতকে'
[03:59.48]🎵