🎵

Unnaxi

Album: Unnaxi Durasi: 3:28
[00:18.90]কেনিনো ছিটিকিলে মেঘ বেপৰোৱা!
[00:23.39]হাঁহি এটি আলসুৱা
[00:27.66]দুগালে-দুহাতে থৈ চাই ৰ'লোঁ
[00:31.66]অভিমানী মনো যে উতনুৱা
[00:35.85]উন্নাসী মন আজি, উন্নাসী জোনাকী
[00:40.11]উন্নাসী সকলো সুৰ
[00:44.37]উন্নাসী উশাহৰ, উন্নাসী হেঁপাহৰ
[00:48.71]উন্নাসী পৃথিৱী মোৰ
[00:52.82]চপৰা-চপৰে খহি যোৱা বুকুৰে গৰাৰে বাখৰুৱা
[01:01.14]আদৰে-আদৰে সাঁচি থোৱা কপাহী আৱেগ আকলুৱা
[01:09.55]🎵
[02:00.44]গোমোঠা বতাহে কঁপালেহি প্ৰাণ মোৰ
[02:04.91]সামৰি যতনে থ
[02:09.15]উজাগৰী নিশাৰে প্ৰহৰী তৰা মোৰ
[02:13.58]নামি আহি মোৰে কাষৰতে ৰ
[02:17.33]উন্নাসী মন আজি, উন্নাসী জোনাকী
[02:21.86]উন্নাসী সকলো সুৰ
[02:25.96]উন্নাসী উশাহৰ, উন্নাসী হেঁপাহৰ
[02:30.29]উন্নাসী পৃথিৱী মোৰ
[02:34.22]চপৰা-চপৰে খহি যোৱা বুকুৰে গৰাৰে বাখৰুৱা
[02:42.77]আদৰে-আদৰে সাঁচি থোৱা কপাহী আৱেগ আকলুৱা
[02:51.37]🎵