🎵
[00:11.63]হিয়াতে সাঁচিছোঁ মৰম তোমালে'
[00:16.80]ল'বা নে নোলোৱা কোৱাঁ সঁচাকে'
[00:22.92]🎵
[00:32.53]হিয়াতে সাঁচিছোঁ মৰম তোমালে'
[00:37.70]ল'বা নে নোলোৱা কোৱাঁ সঁচাকে'
[00:43.02]বুজিও নুবুজা ভাষা প্ৰেমৰে
[00:48.13]নোকোৱাকৈনো থাকোঁ মই কেনেকে'!
[00:53.44]উমাল বুকুতে মৰমবোৰ দিবলে'
[00:58.64]ৰৈ ৰৈ আছোঁ মই
[01:03.81]উৰি উৰি যায়
[01:05.86]মন উৰি উৰি যায়
[01:09.08]উৰি উৰি যায়
[01:11.06]তোমালে' উৰি উৰি যায়
[01:14.30]উৰি উৰি যায়
[01:16.17]মন উৰি উৰি যায়
[01:19.45]উৰি উৰি যায়
[01:21.48]তোমালে' উৰি উৰি যায়
[01:26.07]🎵
[01:48.24]গাভৰু ছোৱালী, বাটলে' নোলাবাঁ
[01:58.62]ডেকাই দেখিলে জোকাব, বুজিছা?
[02:09.02]বিহুৰে বতৰত আহিবাঁ, ঐ, গামোচা দিবলৈ
[02:14.98]ঢোলৰে চাপৰত নাচিবানে কোৱাঁনা সঁচাকৈ (আজৈ)
[02:20.37]বিহুৰে বতৰত আহিবাঁ, ঐ, গামোচা দিবলৈ
[02:25.34]ঢোলৰে চাপৰত নাচিবানে কোৱাঁনা সঁচাকৈ
[02:32.46]সপোনতে হ'লেও এবাৰ আহিতো চোৱাঁনা
[02:43.05]🎵
[02:52.65]উৰি উৰি যায়
[02:54.74]মন উৰি উৰি যায়
[02:57.90]উৰি উৰি যায়
[02:59.86]তোমালে' উৰি উৰি যায়
[03:03.11]উৰি উৰি যায়
[03:05.17]মন উৰি উৰি যায়
[03:08.33]উৰি উৰি যায়
[03:10.28]তোমালে' উৰি উৰি যায়
[03:12.91]🎵