🎵
[00:23.07]শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
[00:28.56]শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
[00:34.23]শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
[00:39.71]শেৱালি তুমি মোৰ ৰাগিণী গীতৰ
[00:45.96]শুকুলা মেঘৰ দৰদী-সৰগী-সুৰীয়া প্ৰাণ
[00:51.62]আছুতীয়া মৰমৰ সুৰ, তুমিয়েই মোৰ গান
[00:57.27]তুমি শেৱালি মোৰ প্ৰতি শৰতৰ
[01:01.81]শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
[01:08.34]🎵
[01:24.07](হে কৃষ্ণ)
[01:25.01]🎵
[01:35.99]শেৱালি, তুমি আহিবাঁ, ঐ, শাৰদী কুঁৱলী হৈ
[01:41.59]শেৱালি, তুমি যাবাঁগৈ কুঁৱলী সিক্ত হৈ
[01:47.28]শেৱালি, তুমি আহিবাঁ, ঐ, শাৰদী কুঁৱলী হৈ
[01:52.61]শেৱালি, তুমি যাবাঁগৈ কুঁৱলী সিক্ত হৈ
[01:57.64]অ', মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ
[02:03.22]অ', মোৰ কাষতে বহি ৰৈ থাকিবাঁ শেষলৈ
[02:09.70]🎵
[02:14.21]শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
[02:19.78]শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
[02:25.31]শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
[02:30.75]শেৱালি তুমি মোৰ ৰাগিণী গীতৰ
[02:37.06]🎵
[02:59.16]মোৰ মিনতি তুমি, থাপনাৰ জেউতি-ৰাণী
[03:04.56]নিয়ৰ গৰকি তুমি হোৱা লাজুকীজনী
[03:10.25]মোৰ মিনতি তুমি, থাপনাৰ জেউতি-ৰাণী
[03:15.89]নিয়ৰ গৰকি তুমি হোৱা লাজুকীজনী
[03:21.43]পুৱা সৰি হোৱা তুমি কোমল দলিচাখনি
[03:26.83]নাযাবাঁ তুমি আঁতৰি
[03:31.74]শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
[03:37.39]শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
[03:42.94]শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
[03:48.50]শেৱালি তুমি মোৰ ৰাগিণী গীতৰ
[03:54.85]🎵
[04:13.13](হে কৃষ্ণ)
[04:15.43]~ itsmechinmoy
[04:16.43]🎵