🎵
[00:02.88]I just want us on repeat (bang arena)
[00:12.24]জীয়াই থকাৰ মোৰ
[00:16.20]উলাহ অনন্য
[00:20.13]হাঁহিৰে পাহৰোঁ
[00:24.08]শূন্য বিভিন্ন
[00:27.81]প্ৰতিক্ষণ-অনুক্ষণ
[00:29.86]ৰঙীন শিহৰণ
[00:31.95]মোৰ দুটি নয়ন
[00:34.06]সপোনত মগন
[00:36.52]মোৰ দুটি নয়ন
[00:39.85]সপোনত মগন
[00:42.83]মনপথাৰত আশাৰ কঠীয়া (সিঁচোঁ)
[00:46.72]চপাবলে' জীৱনৰ শইচ বৰণীয়া (আৰু)
[00:50.64]এই আশা অনুপম
[00:52.90]নিতে পাহৰাই মৰম
[00:54.80]কৰাই মৰম অনুপম
[00:58.71]মনপথাৰত আশাৰ কঠীয়া (সিঁচোঁ, কঠীয়া)
[01:02.82]চপাবলে' জীৱনৰ শইচ বৰণীয়া (বৰণীয়া)
[01:06.83]এই আশা অনুপম
[01:08.89]নিতে পাহৰাই মৰম
[01:10.79]কৰাই মৰম অনুপম
[01:15.59]🎵
[01:32.17]সৰগ নমা এই ধুনীয়া ধৰণীত
[01:36.55]কিয় যে গঢ়োঁ আমি কুটিল পৃথিৱী!
[01:40.40]তোৰ-মোৰ-তোৰ নাহে যে টোপনি (টোপনি)
[01:48.13]সৰগ নমা এই ধুনীয়া ধৰণীত (ধুনীয়া ধৰণী)
[01:52.34]কিয় যে গঢ়োঁ আমি কুটিল পৃথিৱী! (কুটিল পৃথিৱী)
[01:56.36]তোৰ-মোৰ-তোৰ নাহে যে টোপনি (টোপনি)
[02:01.79]টোপনি (টোপনি)
[02:04.28]ৰ'দে-বৰষুণে ঘূৰোঁ, পথ এঁকা-বেঁকা
[02:08.50]বিচাৰোঁতে দিন যায় মৰম-ভালপোৱা
[02:12.69]তথাপি নৰওঁ মই, নাই মোৰ হতাশা
[02:16.66]দিন-দিন প্ৰতিদিন নাই মই ভাগৰা
[02:19.84]এটিবাৰৰে জীৱন
[02:22.09]বিয়পি মৰম
[02:23.99]হৈ ৰওক বিতোপন
[02:25.93]হওক বিতোপন
[02:28.41]এটিবাৰৰে জীৱন
[02:31.77]হৈ ৰওক বিতোপন
[02:34.70]মনপথাৰত আশাৰ কঠীয়া (সিঁচোঁ)
[02:38.77]চপাবলে' জীৱনৰ শইচ বৰণীয়া (আৰু)
[02:42.89]এই আশা অনুপম
[02:44.94]নিতে পাহৰাই মৰম
[02:46.90]কৰাই মৰম অনুপম
[02:50.61]মনপথাৰত আশাৰ কঠীয়া (সিঁচোঁ, কঠীয়া)
[02:54.89]চপাবলে' জীৱনৰ শইচ বৰণীয়া (বৰণীয়া)
[02:58.71]এই আশা অনুপম
[03:00.92]নিতে পাহৰাই মৰম
[03:02.70]কৰাই মৰম অনুপম
[03:10.73]কৰাই মৰম অনুপম
[03:14.85]মনপথাৰত আশাৰ কঠীয়া
[03:18.50]চপাবলে' জীৱনৰ শইচ বৰণীয়া
[03:22.82]এই আশা অনুপম
[03:24.62]নিতে পাহৰাই মৰম
[03:26.85]কৰাই মৰম অনুপম
[03:32.12]🎵