🎵
[00:44.99]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[00:51.71]চিয়াঁহী মনৰ, খেয়ালী ৰঙৰ কেনভাছত বাৰ্তালাপ
[00:58.60]🎵
[01:12.33]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[01:18.97]চিয়াঁহী মনৰ, খেয়ালী ৰঙৰ কেনভাছত বাৰ্তালাপ
[01:26.05]কুঁৱলীৰে নিহালীত জ্বলি জ্বলি ধেমালি
[01:32.82]খেয়ালী মনত হেঁপাহৰ গুন্-গুন্
[01:36.22]তমসাত নাচে ৰ'দালিৰে উম
[01:39.78]নিহালীতে ধেমালি গলি গলি বাৰ্তালাপ
[01:46.29]ফাগুন-বৰণ, নিবিড় লগন
[01:53.10]হেৰুওৱা কবিতাৰ কলতান, কলতান
[02:00.03]ফাগুন-বৰণ, নিবিড় লগন
[02:06.77]হেৰুওৱা কবিতাৰ কলতান, কলতান
[02:13.77]স্মৃতিৰে কোমল কাঁচিয়লি ৰ'দ, কেনভাছত বাৰ্তালাপ
[02:20.90]সুমথিৰা সপোনৰ ৰহণ বুটলি কেনভাছত বাৰ্তালাপ
[02:27.73]সোঁৱৰণিৰ প্ৰহেলিকাত দুটি ওঁঠৰ তুলিকা
[02:34.59]পাহৰণিৰে তুলি অৱগুণ্ঠন
[02:38.29]এটি-দুটি মিঠা শব্দৰ গুঞ্জন
[02:41.47]দুটি ওঁঠৰ তুলিকাত জীপাল হেজাৰ বাৰ্তালাপ
[02:48.04]ফাগুন-বৰণ, নিবিড় লগন
[02:54.84]হেৰুওৱা কবিতাৰ কলতান, কলতান
[03:01.65]ফাগুন-বৰণ, নিবিড় লগন
[03:08.58]হেৰুওৱা কবিতাৰ কলতান, কলতান
[03:15.54]🎵
[03:43.75]জাপি থোৱা সময়ৰ এজাপ ফুলাম চিঠি
[03:50.59]নোকোৱা কথাৰ ভোমোৰা খেদি খেদি
[03:57.38]ডাৱৰৰ সাঁথৰ ভাঙি
[04:00.74]বেলিফুল আকাশ চানি
[04:04.17]বিচাৰি সঁচাৰ মৰীচিকা
[04:13.80]ফাগুন-বৰণ, নিবিড় লগন
[04:20.68]হেৰুওৱা কবিতাৰ কলতান, কলতান
[04:27.48]ফাগুন-বৰণ, নিবিড় লগন
[04:34.31]হেৰুওৱা কবিতাৰ কলতান, কলতান
[04:41.18]ফাগুন-বৰণ, নিবিড় লগন
[04:47.90]হেৰুওৱা কবিতাৰ কলতান, কলতান
[04:54.85]ফাগুন-বৰণ, নিবিড় লগন (ফাগুন-বৰণ)
[05:01.74]হেৰুওৱা কবিতাৰ কলতান, কলতান
[05:09.05]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:15.98]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:22.48]🎵
[05:36.58]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:43.45]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:50.28]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[05:57.08]পুৱতি নিশাৰ সাধুকথা তুলি কেনভাছত বাৰ্তালাপ
[06:03.58]🎵