🎵

Lorali

Album: Baartalaap Durasi: 4:29
[00:41.88]যা, পখী, উৰি যা
[00:46.30]এৰি থৈ অহা সুৰ বিচাৰি
[00:53.01]আহ, জুৰ মলয়া
[00:57.44]স্মৃতিৰে পাখিত ঘুমটি লৈ আহ
[01:03.97]আকৌ এবাৰ লাগে ল'ৰালি
[01:09.47]ভাগৰি বিচাৰি ধেমালি
[01:14.10]আইৰ বুকুত উমলি শাওণৰে গধূলি
[01:25.92]নেভাঙিবি শিয়ালী সৰু পোনাৰ টোপনি
[01:36.98]দুপাখি মেলি ঘূৰি আহ এবেলি
[01:40.08]ক'ত হেৰালি, ল'ৰালি?
[01:50.40]🎵
[01:59.37]সৌ সৰু আকাশখনত সতো ৰঙৰে সপোন
[02:10.34]টোপাল-টোপাল বৰষুণত আপোন পাহৰা নাচোন
[02:21.34]কেঁচা মাটিৰে ফাকু খেলি পৰিছিলোঁ ভাগৰি
[02:32.35]নিশাৰ তৰাৰ হাঁহি গণি জোনাকী উজাগৰী
[02:43.38]নিজান চকুলোৰে সোঁৱৰণি সৰে মনতে পৰিলে তোক
[02:54.76]ডাঙৰ হ'লোঁ আজি, নিষ্ঠুৰ এই পৃথিৱী, ঘূৰাই দে ল'ৰালি মোক
[03:05.50]ল'ৰালি
[03:10.69]ল'ৰালি
[03:16.95]🎵
[03:25.24]নাই, নাহিবি ঘূৰি
[03:30.77]আজি উকা পৃথিৱীত
[03:36.21]আকাশ তেজাল শেৱালি
[03:41.78]মৰম নহয় মুকলি
[03:47.29]আইৰ স'তে য'ত উমলি আছিলি
[03:50.02]তাতেই থাক, ল'ৰালি
[03:58.78]🎵