🎵
[00:00.00]🎵
[01:20.33]শুদ্ধ আজি অৱৰুদ্ধ, সত্য আজি বাণবিদ্ধ
[01:24.99]নেত্ৰহীন অন্ধ সমাজ
[01:29.00]🎵
[01:37.53]মায়ামোহে মনমুগ্ধ, অবিৰত আজি যুদ্ধ
[01:42.01]মুক্তকণ্ঠৰ লাগে আৱাজ
[01:47.75]ছায়া যদি হয় হতাশা
[01:51.91]হেৰাব নিদিবা আশা
[01:56.61]জীপাল ৰাখা প্ৰত্যাশা
[02:00.90]আহিব জোনাকী নিশা
[02:05.50]আজি মন মেঘাচ্ছন্ন, নিসংগতা অবিচ্ছিন্ন
[02:10.00]অৰ্ধমৃত ক্লান্ত উশাহ
[02:14.20]অহৰহ দেঁখো স্বপ্ন, স্বপ্নৰত প্ৰতি লগ্ন
[02:19.03]বাঢ়ি আহে মনৰ উচাস
[02:23.10]🎵
[04:16.00]কোন মই আজি প্ৰশ্ন এই জীৱনৰ
[04:24.91]শোণিত বিপ্লৱৰ আজি
[04:33.53]যদিও মই কাৰাৰুদ্ধ শুদ্ধ কথাত প্ৰতিবদ্ধ মন
[04:42.55]যদিও মই পথভ্ৰষ্ট্ৰ, সুখী আজি প্ৰতি লগন
[04:51.58]যাত্ৰা এই বিপ্লৱৰ ভাঙি দিয়া ভণ্ড শাসন
[05:00.60]ন'হবা আৱদ্ধ সংকীৰ্ণ কিয় জনগণ
[05:09.90]সমাগত সময় বিপ্লৱৰ
[05:14.00]নুবুজা শত আবেগৰ
[05:18.95]প্ৰশ্ন আজি এই প্ৰহৰ
[05:23.41]বিননি শুনো নীৰিহৰ